Lamborghini Huracán LP 610-4 t

MenuBlogAbout

কথা

বহু কথা থাকে হৃদয়ত ৰৈ
ৰৈ ৰৈ ... ৰৈ যায়
ৰৈ ৰৈ ... বৈ যায়
বৈ বৈ অশ্ৰু হয়
অশ্ৰু হৈ হৈ নিৰুদ্দেশ হয়

সেই কথাবিলাক
সোণালী সাপৰ নেজ
সেই কথাবিলাক
পানী ৰঙৰ তেজ !

ණ #কন্দৰ্পজিৎ কল্লোল

Back to posts
This post has no comments - be the first one!

UNDER MAINTENANCE
© কন্দৰ্পজিৎ কল্লোল